যুক্তিবিচাৰ আৰু মানসিক সামৰ্থ
Reasoning And Mental Ability
Analogies
সাদৃশ্যতা বা অনুৰূপতা
দুটা বস্তু বা ব্যক্তি বা ঘটনাৰ মাজৰ সাদৃশ্যতা নিৰ্ণয় কৰিবলৈ এই ধৰণৰ প্ৰশ্ন দিয়া হয় । এই ক্ষেত্ৰত এটা উদাহৰণ দিয়া থাকে য'ত দুটা বস্তুৰ মাজৰ কিবা সাদৃশ্য থাকে । সেই সাদৃশ্যতা প্ৰশ্নত দিয়া । বস্তুটো আৰু বিকল্প উত্তৰসমূৰ মাজৰ এইটো থাকে । গতিকে সেই সাদৃশ্যতা নিৰ্ণয় কৰিবলৈ দিয়া হয় ।
1. অদ'মিটাৰ আৰু মাইলেজ :: কম্পাছ আৰু ?
(a) দিশ (b) বেজী
(c) জ্যামিতি (d) গতি
Ans :- (a)
2. মাৰাথন = দৌৰৰ 1 একক (চিংগলছ) = ?
(a) ফুটবল (b) ক্ৰিকেট
(c) টেনিছ (d) কাবাদী
Ans :- (c)
3. যেনেকৈ খিৰিকীৰ লগত আইনা; তেনেকৈ কিতাপৰ লগত?
(a) কভাৰ (b) গল্প
(c) বাকলি (d) পৃষ্ঠ
Ans :- (d)
4. কাপ = কফি ; বাতি = ?
(a) আঞ্জা (b) কাঁহী
(c) চামুচ (d) খাদ্য
Ans :- (a)
5. সৰীসৃপ = জেঠী (Lizard) ; স্তন্যপায়ী = ?
(a) সাপ (b) ভাটৌ
(c) টিমি (d) পৰুৱা
Ans :- (c)
6. কলম = কবি(poet) ; বেজী + ?
(a) মেচিন (b) বুটাম
(c) সুতা (d) দৰ্জী
Ans :- (d)
7. ব্যায়াম = জিমখানা ; খোৱা ?
(a) ৰেষ্টুৰেন্ট (b) আহাৰ
(c) খাদ্য (d) স্বাস্থ্য
Ans :- (a)
8. মম = লেম্প = ফ্লড লাইট
জুপুৰি = ঘৰ ?
(a) নগৰ (b) টৰ্চ
(c) অট্টালিকা (d) তম্বু
Ans :- (c)
9. আপেল = ফল = ফলৰ বজাৰ
উপন্যাস = কিতাপ = ?
(a) পুথিভঁৰাল (b) বজাৰ
(c) কিতাপৰ দোকান (d) আলোচনী
Ans :- (c)
10. মেজ = কাঠ = চেগুন গছ
ছোলা = কাপোৰ = ?
(a) চিলাই (b) কপাহ
(c) গছ (d) সুতা
Ans :- (b)
11. চুপাৰি = ৰাচ => ?
(a) নিমখ = তেল (b) পোৱালী
(c) টায়াৰ = চাইকেল (d) চেণ্ডেল = জোতা
Ans :- (c)
12. জোকাৰ = হাঁহি => ?
(a) সন্যাসী = ভক্তি (b) খেল = খেলুৱৈ
(c) মৃত্যু = জন্ম (d) খেল = খেলুৱৈ
Ans :- (a)
13. মুচি = জোতা => ?
(a) চিএকৰ = সংগীত (b) বাঘ = হৰিণা
(c) মিস্ত্ৰী = ঘৰ (d) গৰখীয়া = গৰু
Ans :- (c)
14. ডলাৰ = আমেৰিকা ; যেন = ?
(a) পাকিস্তান (b) আমেৰিকা
(c) ভাৰত (d) জাপান
Ans :- (d)
15. টি, বি, (যক্ষ্মা = হাওঁফাওঁ ; কেটেৰেষ্ট = ?
(a) হাত (b) ভৰি
(c) চকু (d) চুলি
Ans :- (d)
CODING -DECODING
সাংকেতিক ভাষা :
আখৰ, সংখ্যা আৰু অন্য চিহ্নৰ দ্বাৰা বিভিন্ন সময়ত বেলেগ কথা বুজোৱা হয় । এইদৰে কৰোতে চিহ্ন (সংকেত) আৰু তাৰ অৰ্থৰ মাজত এক যুক্তিপূৰ্ণ সম্পৰ্ক থাকে । এই সম্পৰ্কটো বিচাৰি উলিয়াব পাৰিলেই, প্ৰদত্ত প্ৰশ্নৰ উত্তৰ বিকল্পবোৰৰ মাজৰ পৰা বাছি উলিয়াব পাৰি ।
1. যদি RATIONAL = TARNOILA, তেন্তে BRUTAL = ?
(a) URBLAT (b) BRULAT
(c) BULTAR (d) LATURB
Ans :- (a)
ইয়াত তিনিটাকৈ আখৰ ওলোটাকৈ লিখা হৈছে RAT = TAR, ION = NOI, AL = LA তেনেকৈ BRU = UBR. TAL = LAT)
2. যদি CALM = HEOO, তেন্তে YEAR = ?
(a) RAEY (b) DHDS
(c) DIDT (d) DDHT
Ans :- (c)
(ইয়াত প্ৰতিটো আখৰৰ পৰবৰ্তী নং আখৰটো লোৱা হৈছে)
3.যদি CALM = XZONN, তেন্তে YEAR = ?
(a) BVN (b) BZVI
(c) BVZJ (d) BVZI
Ans :- (d)
(ইয়াত A =Z, = Y, C = X, = W অৰ্থাৎ ওলোটাকৈ কৰা হৈছে।)
4. যদি QUEEN = OVCFL ; KING = ?
(a) IJLH (b) MKOF
(c) PHIK (d) FOKM
Ans :- (a)
(Q - 2 = O, U + 1 = V, E - 2 = C, E + 1 = F, N - 1 = L তেনেকৈ - 2, +1, -2, + 1 হিচাপত KING = K - 2 = I, I + 1 = J, N - 2 = L + 1 = H)
5. যদি DOOR = 25, TOWER = 18, তেন্তে OVER = ?
(a) 89 (b) 57
(c) 52 (d) 06
Ans :- (d)
(ইয়াত প্ৰতিটো বৰ্ণমালাৰ স্থানসমূহৰ যোগ কৰি যোগফল ওলোটাকৈ দিয়া হৈছে)
বৰ্ণমালা (Alphabet) ৰ সংকেতভিত্তিক প্ৰশ্নোত্তৰৰ বাবে তলৰ তালিকা দুখন মনত ৰখা ভাল ।
A = 1 B = 2 C = 3
D = 4 E = 5 F = 6
G = 7 H = 8 I = 9
J = 10 K = 11 L = 12
M = 13 N = 14 O = 15
P = 16 Q = 17 R = 18
S = 19 T = 20 U = 21
V = 22 W = 23 X = 24
Y = 25 Z = 26 A = Z
B = Y C = X D = W
E = V F = U G = T
H = S I = R J = Q
K = P L = O M = N
সানমিহলি
1. ধনৰাশি 2:3:5 অনুপাতত বিভক্ত কৰিলে ক্ষুদ্ৰতম অংশটো হয় 510 টকা । এই ধনৰা লগতে অৱশিষ্ট অংশ দুটা নিৰ্ণয় কৰা ।
(ক) Rs. 1275, Rs. 765, Rs. 2550
(খ) Rs. 2850, Rs, 1250, Rs. 760
(গ) Rs. 2550, Rs. 765, Rs. 1275
(ঘ) Rs. 2550, Rs. 1750, Rs. 265
Ans :- (গ)
2. এটা বৃত্তৰ মাজেৰে কিমান ডল
ব্যাস আঁকিব পাৰি ?
(ক) 6 (খ) 9
(গ) 3 (ঘ) অসংখ্য
Ans :- (ঘ)
3. সমকোণী ত্ৰিভুজৰ কেইটা কোণ সমকোণ ?
(ক) এটাও নহব (খ) ছয় টা
(গ) তিনিটা (ঘ) চাৰিটা
Ans :- (গ)
4. 7x + 4 = 5x + 10 ইয়াত X ৰ মান কিমান ?
(ক) 9 (খ) 61
(গ) 10 (ঘ) 64
Ans :- (ক)
5. বৰ্তমান বাপেকৰ বয়স পুতেকৰ বয়সৰ তিনিগুণ হ'ব । বৰ্তমান বাপেকৰ বয়স কিমান ?
(ক) 12 আৰু 26 (খ) 11 আৰু 23
(গ) 22 আৰু 67 (ঘ) 33 আৰু 54
Ans :- (ক)
6. যদি ৰিহা আৰু ককাকৰ বৰ্তমান বয়স ক্ৰমে 17 বছৰ আৰু 77 বছৰ হয়, ৰঞ্জুৰ বয়স 6 গুণ আছিল নিৰ্ণয় কৰা ।
(ক) 9 বছৰ আগতে (খ) 11 বছৰ আগতে
(গ) 3 বছৰ আগতে (ঘ) 14 বছৰ আগতে
Ans :- (গ)
7. 5 বছৰৰ আগতে মোহিতৰ বয়স শোণিতৰ বয়সৰ দুগুণ হ'ব । তেওঁলোকৰ বৰ্তমান বয়স কিমান হ'ব?
(ক) 55 বছৰ, 18 বছৰ (খ) 60 বছৰ, 15 বছৰ
(গ) 51 বছৰ, 24 বছৰ (ঘ) 63, বছৰ 19 বছৰ
Ans :- (খ)
8. ৰবি আৰু ৰাজৰ বৰ্তমান বয়স ক্ৰমে 20 বছৰ আৰু 4 বছৰ । কিমান বছৰত ৰবিৰ বয়স অমৰতকৈ 30 বছৰ বেছি হ'ব । তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা ?
(ক) 4 years 34 years (খ) 3 years 34 years
(গ) 3 years 39 years (ঘ) 5 years 38 years
Ans :- (গ)
9. এটা সংখ্যাৰ চাৰিগুণৰ লগত 12 যোগ দিলে 88 পোৱা যায়, সংখ্যাটো কি ?
(ক) 19 (খ) 15
(গ) 14 (ঘ) 13
Ans :- (ক)
10. এটা ঘড়ীৰ বেচা দাম 200 টকা আৰু লাভ 25 টকা হ'লে লাভৰ হাৰ নিৰ্ণয় কৰা ?
(ক) 13.4% (খ)11.21%
(গ) 14.29% (ঘ) 17.24%
Ans :- (গ)
11. 30.70 টকা লাভত কোনো এটা বস্তুৰ বেচা দাম 229.87 টকা হ'লে লাভৰ হাৰ নিৰ্ণয় কৰা ।
(ক) 15.41% (খ) 18.69%
(গ) 13.66% (ঘ) 10.63%
Ans :- (ক)
12. 12% লোকচানৰ হাৰত বিক্ৰী কৰা এখন বেগৰ কইনা দাম 200 টকা হ'লে বেচা দাম উলিওৱা ?
(ক) 170 টকা (খ) 120 টকা
(গ) 188 টকা (ঘ) 130 টকা
Ans :- (গ)
13. 30 টকা কিনা দাম 110.25 টকা । লাভৰ হাৰ 13% হ'লে প্ৰত্যেকটো কলৰ দাম উলিওৱা ?
(ক) 4.9 টকা (খ) 13 টকা
(গ) 6.67 টকা (ঘ) 5.8 টকা
Ans :- (ঘ)
14. 1 দিনত কিমান ছেকেণ্ড ?
(ক) 470 ছেকেণ্ড (খ) 6300 ছেকেণ্ড
(গ) 86400 ছেকেণ্ড (ঘ) 3800 ছেকেণ্ড
Ans :- (গ)
15. এখন ৰে'লগাড়ীয়ে 120 কি:মি:/ঘন্টা বেগত 15 মিনিট ভ্ৰমণ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব?
(ক) 13 ক:মি: (খ) 30 কি:মি:
(গ) 64 কি:মি: (ঘ) 18 কি:মি:
Ans :- (খ)
16. এখন বাছে 50 কি:মি:/ঘন্টা দ্ৰুতিৰ গতি কৰিছে । 3 মিনিটত ই কিমান দূৰত্ব অতিক্ৰম কৰিব ?
(ক)6.3 কি:মি (খ) 3 কি:মি:
(গ) 2.5 কি:মি: (ঘ) 6 কি:মি:
Ans :- (গ)
17. আজি সোমবাৰ হ'লে আজিৰ পৰা 61 দিন পিছত কি বাৰ হ'ব ?
(ক) শুকুৰবাৰ (খ) দেওবাৰ
(গ) বৃহস্পতিবাৰ (ঘ) শনিবাৰ
Ans :- (ঘ)
18. বছৰি 12 শতাংশ হাৰত 10000 টকাৰ বছৰৰ সৰল সুত কিমান হ'ব ?
(ক) 378 টকা (খ) 4800 টকা
(গ) 5003 টকা (ঘ) 2721 টকা
Ans :- (খ)
19. বছৰি 6% হাৰত 15000 টকাৰ 6 মাহৰ সৰল সুত কিমান হ'ব ?
(ক) 632 (খ) 435
(গ) 426 (ঘ) 450
Ans :- (ঘ)
20. বছৰি 5% হাৰত 750 টকা কিমান বছৰত 950 টকা হ'ব ?
(ক) 4 বছৰ (খ) 9 বছৰ
(গ) 7 বছৰ (ঘ) 10 বছৰ
Ans :- (গ)
21. ৰমেশৰ দাদাক অমিত সুচমাৰ ভনীয়েক হ'ল সৃষ্টি । অমিত হ'ল সুষমাৰ পুতেক, তেন্তে ৰমেশ আৰু সুষমাৰ সম্পৰ্ক কি ?
(ক) দাদাক (খ) খুৰাক
(গ) বায়েক (ঘ) এটাও নহয়
Ans :- (ঘ)
22. 56, 62, 70, ......, 118, 182
(ক) 84 (খ) 45
(গ) 95 (ঘ) 132
Ans :- (ক)
23. 2, 3, 12 37, 86, ....., 288 ?
(ক) 3 (খ) 1
(গ) 166 (ঘ) 75
Ans :- (গ)
24. 2, 15, 41, 40 ?
(ক) 123 (খ) 154
(গ) 146 (ঘ) 132
Ans :- (ঘ)
24. 32, 87, 332, 1635, ?
(ক) 9774 (খ) 6432
(গ) 5336 (ঘ) 8656
Ans :- (ক)
25. 10, 14, 28, 32, 64, 68, ..... ?
(ক) 272 (খ) 351
(গ) 146 (ঘ) 132
Ans :- (ঘ)
Find the odd one out
( অমিলটো বিচাৰি উলিওৱা)
সাধাৰণতে 4 বা 5 টা শ্ৰেণী এটাৰ পৰা অমিল সংখ্যা বা বৰ্ণ বা শব্দটো বিচাৰি উলিয়াবলৈ দিয়া হয় । এই অমিলটো বিভিন্ন কাৰণত হ'ব পাৰে । এই ক্ষেত্ৰত প্ৰতিটো বস্তু বা শব্দৰ উমৈহতীয়া বৈশিষ্ট্য (common features) টো গৰম পালে উত্তৰ নিৰ্ণয় কৰা সহজ হয় । এনেধৰণৰ প্ৰশ্ন বোৰ বৰ্ণমালা (Alphabet), সংখ্যা শ্ৰেণী (Number series) বা সাধাৰণ জ্ঞানৰ বিষয়ৰ ওপৰত ভিত্তি কৰি দিয়া হয় ।
সংখ্যাভিত্তিকঃ
1. 3, 7, 11, 14, 17
(a) 6 (b) 14
(c) 9 (d) 13
Ans :- (d) 17 কাৰণ কেৱল 14 ই যুগ্ম, বাকীবোৰ অযুগ্ম।
2. 24, 64, 100, 125
(a) 100 (b) 68
(c) 124 (d) 142
Ans :- (a) 100, কাৰণ বাকীবোৰ ঘন (cube) সংখ্যা ।
3. 1000, 2000, 3000, 4000
(a) 5000 (b) 1000
(c) 3000 (d) 5000
Ans :- (b) কাৰণ কেৱল (b) য়ে এটা ঘন সংখ্যা । (10 × 10 × 10 = 1000)
4. 9, 21, 28, 33
(a) 12 (b) 26
(c) 36 (d) 28
Ans :- (d) 28, কাৰণ বাকীবোৰ 3ৰে বিভাজ্য।
5. 121, 132, 142, 153
(a) 153 (b) 122
(c) 134 (d) 158
Ans :- (a) 153, কাৰণ বাকীবোৰ 11 ৰে বিভাজ্য।
6. 41, 43, 47, 53, 61, 71, 73, 81
(a) 64 (b) 76
(c) 89 (d) 81
Ans :- (d) 81, কাৰণ বাকীবোৰ মৌলিক সংখ্যা ।
7. 25, 50, 75, 105, 125, 150
(a) 75 (b) 156
(c) 148 (d) 105
Ans :- (d) 105, কাৰণ বাকীবোৰ 25 ৰ গুণিতক।
8. 171, 432, 504, 611
(a) 176 (b) 611
(c) 578 (d) 643
Ans :- (b) , 611 কাৰণ বাকীবোৰ 3 ৰে বিভাজ্য লগতে বাকীবোৰৰ অংশকেইটা যোগফল 9 ।
9. 7, 21, 63, 105
(a) 7 (b) 10
(c) 3 (d) 6
Ans :- (a), 7, কাৰণ বাকীবোৰ 21 ৰে বিভাজ্য।
10. 121, 275, 891, 932 ___?
(a) 923 (b) 916
(c) 919 (d) 932
Ans :- (d) , 932, কাৰণ বাকীবোৰৰ মাজৰ অংকটো কাষৰ দুটা অংকৰ যোগফল ।
121 = 1 + = 2
275 = 2 + 5 = 7
সব্দ/তথ্য ভিত্তিক অমিল বাছি উলিওৱা
11. (a) অসম (b) মেঘালয়
(c) পশ্চিম বংগ (d) অৰুণাচল প্ৰদেশ
Ans :- (c)
12. (a)ভগত সিং (b) মংগল পাণ্ডে
(c) মণিৰাম দেৱান (d) মহাত্মা গান্ধী
Ans :- (d), কাৰণ বাকীকেইজন স্বাধীনতা যুজৰ শ্বহীদ।
13. (a) জাপান (b) পাকিস্তান
(c) ভাৰত (d) আমেৰিকা যুক্তৰাষ্ট্ৰ
Ans :- (a) , কাৰণ বাকীকেইখন দেশ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা ।
14. (a) সোণ (b) হীৰা
(c) ৰূপ (d) ইউৰেনিয়াম
Ans :- (b) , কাৰণ বাকীবোৰ ধাতু ।
15. (a) বৃহস্পতি (b) শুক্ৰ
(c) চন্দ্ৰ (d) নেপচুন
Ans :- (c)
16. (a) ধান (b) বাৰ্লি
(c) গম (d) সৰিয়হ
Ans :- (a) , কাৰণ ধানৰ বাহিৰে বাকীবোৰ ৰবি শস্য ।
17. (a) তিমি (b) হাতী
(c) বাদুলী (d) শেন
Ans :- (d) , কাৰণ বাকীবোৰ স্তন্যপায়ী প্ৰাণী ।
18. (a) নেপচুন (b) বুটাম
(c) সূৰ্য (d) শনিবাৰ
Ans :- (c) কাৰণ বাকীবোৰ গ্ৰহ ।
19. (a) তিয়ঁহ (b) মটৰ
(c) গাজৰ (d) আলু
Ans :- (d) , কাৰণ বাকীবোৰ কেঁচাই খাব পাৰি ।
20. (a) নেমু (b) মাটিকঁঠাল
(c) কল (d) কমলা
Ans :- (c) , কাৰণ বাকীবোৰ ৰসাল ফল ।
21. (a) টেলিভিচন (b) লাউডস্পিকাৰ
(c) ৰেডিঅ (d) টেপৰেকৰ্ডাৰ
Ans :- (a) , কাৰণ বাকীবোৰ কেৱল শ্ৰাব্য আহিলা ।
22. (a) পটাছিয়াম (b) আইৰন
(c) ছডিয়াম (d) ক্লৰিন
Ans :- (b) , কাৰণ বাকীবোৰ মৌলিক অতি সক্ৰিয় ।
23. (a) মুচৌৰী (b) দাৰ্জিলিঅং
(c) জয়পুৰ (d) মানালি
Ans :- (c) কাৰন বাকীবোৰ হিল ষ্টেচন ।
24. (a) লাইট হাউচ (b)নদী
(c) মৰুভুমি (d) সাগৰ
Ans :- (a) কাৰণ বাকীবোৰ প্ৰাকৃতিক ঠাই ।
25. (a) পেম্পাছ (b) প্ৰেইৰী
(c) চাভানা (d) তৃণভূমি
Ans :- (d) বাকীবোৰ তৃণভূমিৰ প্ৰকাৰ।
26. (a) জলকীয়া (b) গম
(c) বেলিফুল (d) সৰিয়হ
Ans :- (a) ; বাকীবোৰ তৃণ, জলকীয়া গুল্ম ।
27. (a) অমিতা (b) নাচপতি
(c) আম (d) আপেল
Ans :- (c) , কাৰণ বাকীবোৰ বহুগুটীয়া।
28. (a) পুণে (b) আইজল
(c) পানাজী (d) আইজল
Ans :- (a), বাকীবোৰ ভিন্ন ৰাজ্যৰ ৰাজধানী ।
29. (a) চামৰা (b) প্লাষ্টিক
(c) ঊল (d) কাগজ
Ans :- (b), বাকীবোৰ পচন হয় ।
30. (a) ফৰিং (b) পইতাচোৰা
(c) পখিলা (d) মকৰা
Ans :- (d), কাৰণ বাকীবোৰ উৰিব পাৰে ।
31. (a) নাপিত (b) কমাৰ
(c) দৰ্জী (d) কাঠমিস্ত্ৰী
Ans :- (a) , কাৰণ বাকীবোৰ কেচাঁমালৰ প্ৰয়োজন।
32. (a) আলু (b) জলকীয়া
(c) বীট (d) জলকীয়া
Ans :- (d) , কাৰণ বাকীবোৰ ৰূপান্তৰিত কাণ্ড।
33. (a) সাপ (b) ভেকুলী
(c) কুকুৰা (d) হাঁহ
Ans :- (c) , কাৰণ বাকীবোৰে পানীত সাতুৰিব পাৰে ।
34. (a) আয়ুৰ্বেদ (b) ঋগ্বেদ
(c) অথৰ্ববেদ ( d) সামবেদ
Ans :- (a) ,কাৰণ বাকীবোৰ ধৰ্ম শস্ত্র, আয়ুৰ্বেদ চিকিৎসাসাস্ত্র।
35. (a)কিৱি (b) পেংগুইন
(c) ইমু (d) ঈগল
An:- (c) কাৰণ বাকীবোৰে পানীত সাতুৰিব পাৰে ।
36. (a) দৈ (b) তেল
(c) পানীৰ (d) মাখন
Ans :- (b), কাৰণ বাকীবোৰ গাখীৰৰ পৰা পোৱা যায় ।
37. (a) ৰবৰ (b) চক
(c) চাহ (d) কফি
Ans :- (b), কাৰণ বাকীবোৰ গছৰ পৰা পায় ।
38. (a) ঘৰচিৰিকা (b) ভাটৌ
(c) কুলি (d) ৰাজহাঁহৰ
Ans :- (d), কাৰণ বাকীবোৰ পানীত সাতুৰিব নোৱাৰে ।
39. (a) তৰোৱাল (b) চুৰী
(c) হাতুৰী (d) ব্লগ
Ans :- (d) ; কাৰণ বাকীবোৰ কাটিবলৈ ব্যৱহাৰ কৰা হয় ।
40. (a) ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া
(b) পাঞ্জাৱ নেচনেল বেংক
(c) চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া
(d) ষ্টেটবেংক অফ ইণ্ডিয়া
Ans :- (a) ; বাকীবোৰ বাণিজ্যিক বেংক।
41. (a) স্কুটাৰ (b) চাইকেল
(c) ৰেল'গাড়ী (d) হেলিকপ্তাৰ
Ans :- (b) , কাৰণ বাকীবোৰৰ বাবে ইন্দ্বনৰ দৰকাৰ।
42. (a) যীশুখ্ৰীষ্ট (b) মহাত্মা গান্ধী
(c) গুৰুণানক (d) বুদ্ধদেৱ
Ans :- (b) , কাৰণ বাকীবোৰ ধৰ্ম প্ৰৱৰ্তক।
43. (a) ফ্ৰাংক (b) পাউণ্ড
(c) য়েন (d) আউন্স
Ans :- (d), কাৰণ বাকীবোৰ মুদ্ৰাৰ , আউন্স ।
44. (a) বাঘ (b) সিংহ
(c) বৃশ্চিক (d) ভেড়া
Ans :- (a), কাৰণ বাকীবোৰ প্ৰাণীৰ ৰাশিচক্ৰ চিন ।
45. (a) হাঁহ (b) সাপ
(c) কাছ (d) তিমি
Ans :- (d) , কাৰণ বাকীবোৰ কণী পাৰে ।
46. (a) নীলা (b) ৰঙা
(c) বগা (d) হালধীয়া
Ans :- (c) , কাৰণ বাকীবোৰ হৈছে প্ৰাথমিক ৰং ।
47. (a) গাধ (b) গৰু
(c) ছাগলী (d) হৰিণা
Ans :- (a), কাৰণ বাকীবোৰৰ শিং থাকে ।
48. (a) লো (b) জিংক
(c) পাৰা (d) এলুমিনিয়াম
Ans :- (c), কাৰণ বাকীবোৰ কঠিন, পৰা জুলীয়া ।
49. (a) কান (b) চকু
(c) হাত (d) নাক
Ans :- (d), কাৰণ বাকীবোৰ মানুহৰ দেহত দুটাকৈ থাকে ।
ADRE QUESTION ANSWER
CLASS 10 QUESTION ANSWER
CLASS 11 QUESTION ANSWER