NUMBER SYSTEMS
(সংখ্যা পদ্ধতি)
সংখ্যা বুলিলে আমি 0,1,2,3 4,5,6,7,8,9--- এইকেইটাক বুজো । সংখ্যা আকৌ দুই প্ৰকাৰৰ---
(a) স্বাভাৱিক সংখ্যা (Natural Number) : -
1,2,3,4,5...... আদি দৈনন্দিন জীৱনত গণনা কাৰ্যত ব্যৱহাৰ হোৱা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা সংখ্যা বোলে । স্বাভাৱিক সংখ্যাৰ ভিতৰত 1 আটাইতকৈ সৰু । 0 স্বাভাৱিক সংখ্যা নহয় ।
(b)পৰ্ণ, গোট বা অখণ্ড সংখ্যা (Whole numbers or integer):-
0 অৰু আৰু স্বাভাবিক সংখ্যাবোৰক পূৰ্ণ সংখ্য বুলি কওঁ । অখণ্ড সংখ্যা বুলি কওঁ ।
মনত ৰাখিবলগীয়া :-
(a) আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 ।
(b) আটাতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0 ।
(a) স্বাভাৱিক সংখ্যা (Natural Number) : -
1,2,3,4,5...... আদি দৈনন্দিন জীৱনত গণনা কাৰ্যত ব্যৱহাৰ হোৱা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা সংখ্যা বোলে । স্বাভাৱিক সংখ্যাৰ ভিতৰত 1 আটাইতকৈ সৰু । 0 স্বাভাৱিক সংখ্যা নহয় ।
(b)পৰ্ণ, গোট বা অখণ্ড সংখ্যা (Whole numbers or integer):-
0 অৰু আৰু স্বাভাবিক সংখ্যাবোৰক পূৰ্ণ সংখ্য বুলি কওঁ । অখণ্ড সংখ্যা বুলি কওঁ ।
মনত ৰাখিবলগীয়া :-
(a) আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 ।
(b) আটাতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0 ।
(c) প্ৰতিটো স্বাভাবিক সংখ্যাৰ এটা উত্তৰ পদ আছে । স্বাভাবিক সংখ্যাৰ লগত 1 ৰ যোগ কৰিলে উত্তৰ পদ টো পোৱা যায় ।
(d) 0 স্বাভাবিক সংখ্যা নহয় ।
(e) প্ৰতিটো স্বাভাবিক সংখ্যাই পূৰ্ণ সংখ্যা।
(f) পূৰ্ণ সংখ্যাৰ থূপটোৰ ক্ষেত্ৰত 1ৰ পৰ্বপদ 0 কিন্ত স্বাভাবিক সংখ্যাৰ
(d) 0 স্বাভাবিক সংখ্যা নহয় ।
(e) প্ৰতিটো স্বাভাবিক সংখ্যাই পূৰ্ণ সংখ্যা।
(f) পূৰ্ণ সংখ্যাৰ থূপটোৰ ক্ষেত্ৰত 1ৰ পৰ্বপদ 0 কিন্ত স্বাভাবিক সংখ্যাৰ
(g) স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যাবোৰেখাত দেখুৱাব পাৰি ।
(h) গণনাত ব্যৱহৃত হোৱা সংখ্যা বা অংককেইটা যেনে --- 0, 1, 2, 3 , 4, 5, 6, 7, 8, 9....
(i) সংখ্যাৰ থূপবোৰ লগ লাগি সংখ্যা ৰাশিৰ হয় । যেনে--- 473, 7894, 87569...
(j) 2 ৰে হৰণ যোৱা সংখ্যাবোৰক যুগ্ম (Even) সংখ্যা বোলে । যেনে --- 3, 5, 7...
(k) 2ৰে হৰণ নোযোৱা সংখ্যাবোৰক অযুগ্ম (odd) সংখ্যা বোলে । যেনে --- 3, 5, 7...
(l) যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে , সেইবোৰ সংখ্যা হল মৌলিক সংখ্যা যেনে ---2, 3, 5, 7, 11...
(m) যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি , সেইবোৰ যৌগিক সংখ্যা । যেনে --- 4, 6, 8....
(h) গণনাত ব্যৱহৃত হোৱা সংখ্যা বা অংককেইটা যেনে --- 0, 1, 2, 3 , 4, 5, 6, 7, 8, 9....
(i) সংখ্যাৰ থূপবোৰ লগ লাগি সংখ্যা ৰাশিৰ হয় । যেনে--- 473, 7894, 87569...
(j) 2 ৰে হৰণ যোৱা সংখ্যাবোৰক যুগ্ম (Even) সংখ্যা বোলে । যেনে --- 3, 5, 7...
(k) 2ৰে হৰণ নোযোৱা সংখ্যাবোৰক অযুগ্ম (odd) সংখ্যা বোলে । যেনে --- 3, 5, 7...
(l) যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে , সেইবোৰ সংখ্যা হল মৌলিক সংখ্যা যেনে ---2, 3, 5, 7, 11...
(m) যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি , সেইবোৰ যৌগিক সংখ্যা । যেনে --- 4, 6, 8....
সমাধান (Solution)
1 . তলৰ কোনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা ?
(a) 1 (b) 2
(c) 0 (d) এটাও নহয় ।
Ans :-(a) 1 .
Ans :-(a) 1 .
2 . তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয় ?
(a) 0 (b) 1
(c) 3 (d) এটাও নহয়
Ans :- (a) 0 .
3. তলৰ কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা ?
(a) 0 (b) 1
(c) 2 (d) এটাও নহয় ।
Ans :-(a) 0 .
Ans :- (a) 0 .
3. তলৰ কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা ?
(a) 0 (b) 1
(c) 2 (d) এটাও নহয় ।
Ans :-(a) 0 .
4. স্বাভাৱিক সংখ্যা হৈছে ---
(a) 1, 2, 3.... (b) 0, 1, 2, 3....
(C) 2 (d) ¼, ⅓, ¼.....
Ans :- (a) 1, 2, 3...
5. অখণ্ড সংখ্যা হৈছে ---
(a) 1, 2, 3.... (b) 0, 1, 2, 3....
(C) 2 (d) ¼, ⅓, ¼.....
Ans :- (a) 1, 2, 3...
5. অখণ্ড সংখ্যা হৈছে ---
(a) -1, -2, -3... (b) 1, 2, 3, ...
(c) ½, ⅓, ¼... (d) এটাও নহয় ।
Ans :- (a) -1, -2, -3...
6. 11 সংখ্যাটোৰ উত্তৰ পদটো হ'ল---
(c) ½, ⅓, ¼... (d) এটাও নহয় ।
Ans :- (a) -1, -2, -3...
6. 11 সংখ্যাটোৰ উত্তৰ পদটো হ'ল---
(a) 12 (b) 10
(c) 11 (d) এটাও নহয় ।
Ans :- (a) 12
7. প্ৰতিটো স্বাভাবিক সংখ্যা পূৰ্ণ সংখ্যা--
(a)নহয় (b) হয়
(c) হবও পাৰে (d) নহবও পাৰে
(c) 11 (d) এটাও নহয় ।
Ans :- (a) 12
7. প্ৰতিটো স্বাভাবিক সংখ্যা পূৰ্ণ সংখ্যা--
(a)নহয় (b) হয়
(c) হবও পাৰে (d) নহবও পাৰে
Ans :- (b)
8. পাঁচটা অংকৰে লিখিবপৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল---
(a) এটাও নহয় (b)10000
(c) 99998 (d)99999
Ans (d)
9. তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল---
(a) 989 (b) 100
8. পাঁচটা অংকৰে লিখিবপৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল---
(a) এটাও নহয় (b)10000
(c) 99998 (d)99999
Ans (d)
9. তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল---
(a) 989 (b) 100
(c) 999 (d) 899
Ans :- (c)
10 . চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল---
(a) 1234 (b) 100
(c) 0123 (d)1023
Ans :- (d)
11. 0, 3, 1, 5ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি ?
(a) 3015 (b) 0351
(c) 1035 (d) 0389
Ans :- (c)
12. তলৰ কোনটো যুগ্ম সংখ্যা ?
(a) 0928 (b)9268
(c)9380 (d) 1098
Ans ;- (d)
13. এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো ---
(a) 0 (b) 2
(c) 4 (d) 6
Ans :- (b)
14 . এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো ---
(a) 9 (b)0
(c) 8 (d) 2
Ans :- (c)
10 . চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল---
(a) 1234 (b) 100
(c) 0123 (d)1023
Ans :- (d)
11. 0, 3, 1, 5ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি ?
(a) 3015 (b) 0351
(c) 1035 (d) 0389
Ans :- (c)
12. তলৰ কোনটো যুগ্ম সংখ্যা ?
(a) 0928 (b)9268
(c)9380 (d) 1098
Ans ;- (d)
13. এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো ---
(a) 0 (b) 2
(c) 4 (d) 6
Ans :- (b)
14 . এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো ---
(a) 9 (b)0
(c) 8 (d) 2
Ans :- (a)
15. 1ৰ পৰা 100 লৈ কিমানটা যৌগিক সংখ্যা আছে ?
(a) 12 (b) 44
(c) 43 (d) 25
Ans :- (d)
16 . 1ৰ পৰা 100 লৈ কিমানটা যৌগিক সংখ্যা আছে ?
(a) 21 (b) 24
(c) 46 (d)25
15. 1ৰ পৰা 100 লৈ কিমানটা যৌগিক সংখ্যা আছে ?
(a) 12 (b) 44
(c) 43 (d) 25
Ans :- (d)
16 . 1ৰ পৰা 100 লৈ কিমানটা যৌগিক সংখ্যা আছে ?
(a) 21 (b) 24
(c) 46 (d)25
Ans :-(d)
17 . যুগ্ম সংখ্যাৰ যোগফল সদায় ---
(a) অযুগ্ম সংখ্যা (b) যুগ্ম সংখ্যা
(c) এটাও নহয় (d) যুগ্ম আৰু অযুগ্ম সংখ্যা
Ans :- (b)
18 . অযুগ্ম সংখ্যাৰ যোগফল সদায় ---
(a) অযুগ্ম সংখ্যা (b) যুগ্ম আৰু অযুগ্ম সংখ্যা
(c) যুগ্ম সংখ্যা (d) এটাও নহয়
17 . যুগ্ম সংখ্যাৰ যোগফল সদায় ---
(a) অযুগ্ম সংখ্যা (b) যুগ্ম সংখ্যা
(c) এটাও নহয় (d) যুগ্ম আৰু অযুগ্ম সংখ্যা
Ans :- (b)
18 . অযুগ্ম সংখ্যাৰ যোগফল সদায় ---
(a) অযুগ্ম সংখ্যা (b) যুগ্ম আৰু অযুগ্ম সংখ্যা
(c) যুগ্ম সংখ্যা (d) এটাও নহয়
Ans :- (c)
19 . এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল---
(a) অযুগ্ম সংখ্যা (b) যুগ্ম সংখ্যা
(c) দুয়োটা (d) এটাও নহয়
Ans :- (a)
20. যুগ্ম আৰু যুগ্ম সংখ্যাৰ যোগফল?
(a) অযুগ্ম সংখ্যা (b) যুগ্ম সংখ্যা
19 . এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল---
(a) অযুগ্ম সংখ্যা (b) যুগ্ম সংখ্যা
(c) দুয়োটা (d) এটাও নহয়
Ans :- (a)
20. যুগ্ম আৰু যুগ্ম সংখ্যাৰ যোগফল?
(a) অযুগ্ম সংখ্যা (b) যুগ্ম সংখ্যা
(c)দুয়োটা (d) এটাও নহয়
Abs:- (b)
21. প্ৰথম চাৰিটা যুগ্ম সংখ্যাৰ যোগফল---
(a) 91 (b) 17
(c) 20 (d) 29
Ans :- (c)
22. যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ল---
(a) 8 (b)0
Abs:- (b)
21. প্ৰথম চাৰিটা যুগ্ম সংখ্যাৰ যোগফল---
(a) 91 (b) 17
(c) 20 (d) 29
Ans :- (c)
22. যুগ্ম অথচ মৌলিক সংখ্যাটো হ'ল---
(a) 8 (b)0
(c)6 (d) 2
Ans :- (d)
23. এটা অংক যুক্ত মৌলিক সংখ্যা ---
(a) চাৰিটা (b) দুটা
(c) এটা (d) পাঁচটা
Ans:- (a)
24. 4, 6, 0, 7ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল---
(a) 4605 (b) 7640
(c) 7461 (d) 7064
Ans :-(b)
Ans :- (d)
23. এটা অংক যুক্ত মৌলিক সংখ্যা ---
(a) চাৰিটা (b) দুটা
(c) এটা (d) পাঁচটা
Ans:- (a)
24. 4, 6, 0, 7ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল---
(a) 4605 (b) 7640
(c) 7461 (d) 7064
Ans :-(b)
25. 0, 3, 1, 5ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল---
(a) 3013 (b)0215
(c)3035 (d) 3032
Ans :- (c)
26. 9ৰে আৰম্ভ হোৱা আৰু 4ৰে শেষ হোৱা ছটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল---
(a) 977793 (b)988833
(c) 979896 (d) 988874
(a) 3013 (b)0215
(c)3035 (d) 3032
Ans :- (c)
26. 9ৰে আৰম্ভ হোৱা আৰু 4ৰে শেষ হোৱা ছটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল---
(a) 977793 (b)988833
(c) 979896 (d) 988874
Ans:- (d)
27. চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল হ'ল---
(a)10999 (b) 19888
(c) 10999 (d) 11001
Ana :- (c)
27. চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল হ'ল---
(a)10999 (b) 19888
(c) 10999 (d) 11001
Ana :- (c)
28. দহতকৈ সৰু যুগ্ম সংখ্যাবোৰৰ যোগফল---
(a) 17 (b) 14
(c) 13 (d) 20
Ans :- (d)
29. দহতকৈ সৰু অযুগ্ম সংখ্যাবোৰৰ যোগফল---
(a) 24 (b) 26
(a) 17 (b) 14
(c) 13 (d) 20
Ans :- (d)
29. দহতকৈ সৰু অযুগ্ম সংখ্যাবোৰৰ যোগফল---
(a) 24 (b) 26
(c) 25 (d)18
Ans:- (c)
(BODMAS FUNDAMENTAL)
(ARITHMETICCAL OPERATION)
মৌলিক পাটীগণিতীয় প্ৰক্ৰিয়াসমূহ
মৌলিক পাটিগণিতীয় প্ৰক্ৰিয়া সমূহত 'আমি হৰণ (Division) , পূৰণ (Multiplication), যোগ (Addition) আৰু বিয়োগ ((Subtraction) আদিবোৰৰ অন্তৰ্ভূক্ত হৈ আছে । এটা জটিল গাণিতীক অংকত বিভিন্ন ধৰণৰ বন্ধনী (Brackets) আছে । এই বন্ধনীবোৰৰ নাম তলত দিয়া হল ----
(a) ( ) => সাধাৰণ বন্ধনী (Common brackets)
(b) { } => বৰ বন্ধনী (Curly brackets)
(c) [ ] => বৰ্গ বন্ধনী (Sqare brackets)
(d) - => ভিনকুলিয়াম (Vinclum)
এটা নিৰ্দিষ্ট নিয়মতে BODMAS পদ্ধতিটো হব---
B => বান্ধনী( ), { }, [ ]
O => ৰ (of)
D => হৰণ (Division) = ÷
M => পূৰণ (Multiplication) = ×
A => যোগ (Addition) = +
S => বিয়োগ (Subtraction) = -
পূৰণ পদ্ধতিৰ নিয়মবোৰ (Rules of Multiplication):
(+) × (+) = +
যেনে : 3×3 = 9
(+) × (-) = -
যেনে : 3 × (-2) = - 6
(-) × (+) = -
যেনে : (-4) × 2 = - 8
(-) × (-) = +
যেনে : (-3) × (-3) = 9
হৰণ পদ্ধতিৰ নিয়মবোৰ (Rules of Division)
(+) ÷ (+) = +
যেনে : 4 ÷ 4 = 1
(+) ÷ (-) = -
যেনে : 4 ÷ (-2) = - 2
(-) ÷ (+) = -
যেনে : (-6) ÷ 3 = -2
(-) ÷ (-) = +
যেনে : (-2) × (-2) =1
বান্ধনী মুক্ত কৰাৰ কিছুমান নিয়ম (Rules of removal of brackets):
D => হৰণ (Division) = ÷
M => পূৰণ (Multiplication) = ×
A => যোগ (Addition) = +
S => বিয়োগ (Subtraction) = -
পূৰণ পদ্ধতিৰ নিয়মবোৰ (Rules of Multiplication):
(+) × (+) = +
যেনে : 3×3 = 9
(+) × (-) = -
যেনে : 3 × (-2) = - 6
(-) × (+) = -
যেনে : (-4) × 2 = - 8
(-) × (-) = +
যেনে : (-3) × (-3) = 9
হৰণ পদ্ধতিৰ নিয়মবোৰ (Rules of Division)
(+) ÷ (+) = +
যেনে : 4 ÷ 4 = 1
(+) ÷ (-) = -
যেনে : 4 ÷ (-2) = - 2
(-) ÷ (+) = -
যেনে : (-6) ÷ 3 = -2
(-) ÷ (-) = +
যেনে : (-2) × (-2) =1
বান্ধনী মুক্ত কৰাৰ কিছুমান নিয়ম (Rules of removal of brackets):
পৰ্যায় - I : জটিল ৰাশি এটাত বন্ধনী থাকিলে ৰাশিটোক তলৰ প্ৰক্ৰিয়া আগেয়ে সম্পন্ন কৰি পৰবৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হব লাগে ।
পৰ্যায় - I I ৰাশিটোৰ আটাইতকৈ ভিতৰত থকা বন্ধনীৰ কাম প্ৰথমে সম্পন্ন কৰিব লাগে । ভিতৰত থকা বন্ধনী তলত দিয়া ধৰণে মুক্ত কৰিব লাগে ।
নিয়ম - 1 বন্ধনী এটাৰ আগত যোগ চিন থাকিলে পদকেইটা একেদৰে ৰাখি বন্ধনী বোৰ আতৰাই দিব লাগে ।
নিয়ম - 2 বন্ধনী এটাৰ আগত বিয়োগ চিন থাকিলে যোগাত্মক চিন বোৰ বিয়োগাত্মক আৰু বিয়োগাত্মক চিন বোৰক যোগাত্মক চিনলৈ পৰিবৰ্তন কৰিব লাগে ।
পৰ্যায় - I I ৰাশিটোৰ আটাইতকৈ ভিতৰত থকা বন্ধনীৰ কাম প্ৰথমে সম্পন্ন কৰিব লাগে । ভিতৰত থকা বন্ধনী তলত দিয়া ধৰণে মুক্ত কৰিব লাগে ।
নিয়ম - 1 বন্ধনী এটাৰ আগত যোগ চিন থাকিলে পদকেইটা একেদৰে ৰাখি বন্ধনী বোৰ আতৰাই দিব লাগে ।
নিয়ম - 2 বন্ধনী এটাৰ আগত বিয়োগ চিন থাকিলে যোগাত্মক চিন বোৰ বিয়োগাত্মক আৰু বিয়োগাত্মক চিন বোৰক যোগাত্মক চিনলৈ পৰিবৰ্তন কৰিব লাগে ।
নিয়ম - 3 যদি এটা সংখ্যা আৰু সংগবদ্ধ কৰা চিহ্নৰ মাজত কোনো চিন নাথাকে ই পূৰণৰ নিৰ্দেশ কৰে ।
পৰ্যায় - III পৰ্যায় IIIত পৰ্যায় - II ৰ নিয়মবোৰ ব্যৱহাৰ কৰি দ্বিতীয় আভ্যন্তৰীণ বন্ধনী মুক্ত কৰা আৰু আটাইবোৰ বান্ধনী অপসাৰণ নকৰালৈকে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগে ।
পৰ্যায় - III পৰ্যায় IIIত পৰ্যায় - II ৰ নিয়মবোৰ ব্যৱহাৰ কৰি দ্বিতীয় আভ্যন্তৰীণ বন্ধনী মুক্ত কৰা আৰু আটাইবোৰ বান্ধনী অপসাৰণ নকৰালৈকে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগে ।
উদাহৰণ স্বাৰূপে তলত সমাধান কৰি দেখুৱা হ'ল----
সৰল কৰা : 90 - [90 - {45+ (45÷15}]
= 90 - [90 - {45 + 3}]
= 90 - [90 - 48]
= 90 - 42
= 48
সৰল কৰা
সৰল কৰা : 90 - [90 - {45+ (45÷15}]
= 90 - [90 - {45 + 3}]
= 90 - [90 - 48]
= 90 - 42
= 48
সৰল কৰা
9 3 1
: ÷ ( + 2 )
10 5 10
9 3 21
= ---- ÷ ( + )
10 5 10
9 6 + 21
= ÷ ( )
10 10
9 27
= ÷
10 10
3 1
9 10
3 1
9 10
= ×
10 27
3
1 × 1
=
3
1
=
3
সমাধান (Solution)
1. 100 - [ 88 - {56 + (32 - 26}] ৰ মান হল ---
(a) 76 (b) 84
(c) 79 (d) 44
Ans :- (b)
2. সৰল কৰা : 90 - {45 + (45 ÷15}]
(a) 86 (b) 83
(C) 48 (d) 42
Ans :- (c)
3. সৰল কৰা : ½ৰ 6 ।
(a) 5 (b) 2
(c) 4 (d) 3
Ans :- (d)
4. সৰল কৰা :
5. (80 ÷ [7÷ {7 ÷ 5 - 3)] ৰ মান হল---
1 1 2 3
6 . ( 7 - 6 ৰ ( + ) হ'ল
4 4 5 15
3 5
(a) (b)
5 3
9 3
(c) (d)
5 15
7. সৰল কৰা : -
(a) -15 (b) 34
(c) -13 (d) -32
Ans :- (c)
8. সৰল কৰা : 14 - [12 - {19(7 - 6 - 2)}]
(a) 8 ( 14
(c) 13 (d) - 31
Ans :- (a)
9.
9 3 1
10 5 10
(a) 3 (b) ⅓
(c) ⁹ (d) 1
¹⁰
Ans :- (b)
10. সৰল কৰা : 61 - [12 - {8 ÷ (17 + 3×2 - 19) }]
(a) 16 (b) 10
(c) 43 (d) (51)
Ans :- (d)
11. 10 - [6 + {3 - (6 - 2)}] = ?
(a) 7 (b) 5
(c) 0 (d)6
Ans :- (b)
12. 12½×4½ ৰ ⅘ = ?
(a) 41 (b) 47
(c) 23 (d) 45
Ans :-(d)
13.
1 1 1 1
( - ) ৰ ( + ) ৰ মান হ'ল
2 2 2 2
(a) 0 (b) 1
(c) ½ (d) - 1
14.
1 1 1
10 2 2
(a) ¹ (b) 1
¹⁰
(c) ¹ (d) 3
¹⁰
Ans :- (c) ¹
¹⁰
15. 25 × 25 × 25 = ?(a) 15655 (b)635
(c) 15625 (d)10255
Ans :- (c)
16.
1 1 1 4
12 × 4 × 4 ৰ = ?
2 2 2 3
(a) 41 (b) 47
(c) 24 (d) 45
Ans :- (d)
17.
6 7
7 5
(a) ⁶ (b) ⁶
⁵ ⁴
(c) ⁴ (d) ⁸
⁸ ⁴
Ans :- (a)
18. 12 × 8 ÷ 4 - 4 = ?
(a)9 (b) 20
(c) 11 (d) 14
Ans :- (b)
19.
- 2 3 - 5
3 5 6
- 9 9
(a) (b)
10 10
9 -6
(c) (b)
10 13
Ans :- (a)
20.
21. 7 × (2 + 5) = ?
(a) 78 (b) 97
(c) 49 (b) 49
Ans :- (b)
22. ⅔×⅗+⅖-⅗×⅙ = ?
(a) 3 (b) 2
(c) 6 (d) 4
Ans :- (b)
23.
2 3 1 3 1 2
5 7 6 2 14 5
- 12 11
(a) (b)
21 28
-5 15
(c) (b)
23 22
Ans :- (b)
24. - 4
5
4 - 3
(a) (b)
5 4
-2 - 4
(c) (d)
4 6
Ans :- (a)
25. 100 - [88 - { 56 + (32 - 16} ] = ?
(a) 145 (b) 140
(c) 179 (d) 184
Ans :- (d)
26. সৰল কৰা :
1 3 1 1 7
3 ÷ - ৰ 2 +
3 5 10 2 4
1 11
(a) 7 (b) 7
18 18
1 25
(c) 6 (d)
9 36
Ans :- (a)
DECIMALS AND FRACTION
(দশমিক সংখ্যা আৰু ভগ্নাংশ)
ভগ্নাংশ (Fraction): কোনো এটা বস্তুক সমানে ভাগ কৰি ইয়াৰ প্ৰতিটো ভাগক ভগ্নাংশ কোলে । যেনে ----
⅜ অৰ্থাৎ 8 ভাগৰ 3 ভাগ ।
⅜ ৰ ক্ষেত্ৰত 3 হল লব আৰু 8 হল হৰ
ভগ্নাংশ আকৌ 3 প্ৰকাৰৰ ---
(a) প্ৰকৃত ভগ্নাংশ (Proper fraction): এটা ভগ্নাংশৰ লবৰ মান হৰৰ মানতকৈ সৰু হলে সেই ভগ্নাংশটো হল প্ৰকৃত ভগ্নাংশ যেনে ---
3 1 1 5
4 , 2 , 3 , 10
যদি প্ৰকৃত ভগ্নাংশৰ লবৰ মান 1 হয়, সেইটো একক ভগ্নাংশ ।
(b) অপ্ৰকৃত ভগ্নাংশ (Improper fraction) :
যিবোৰ ভগ্নাংশৰ লবৰ মান হৰৰ মানতকৈ সৰু নহয় সেইবোৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে ।
যেনে --
6 14 35 64 150
3 , 9 , 24 , 64 , 50
ইত্যাদি।
(c) মিশ্ৰ ভগ্নাংশ (Mixed fration) :এটা স্বাভাৱিক সংখ্যা আৰু প্ৰকৃত ভগ্নাংশৰ সমষ্টিয়ে মিশ্ৰ ভগ্নাংশ
3 1 3 5 7
2 = 2 5 3 7
4 , 4 , 7 , 18 , 19
যেনে --
অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ পৰিবৰ্তন:--
17 1 ⁴
4 4 √ ¹⁶
¹
26 1 ³
8 8 √ ²⁴
²
মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ পৰিবৰ্তন:-
3 (2×5+3) 15
2 = =
5 5 5
2 (3×7+2) 23
3 = =
7 7 7
কিছুমান ভগ্নাংশ সদৃশ আৰু কিছুমান ভগ্নাংশ অদৃশ হিচাপে পোৱা যায় ।
সদৃশ ভগ্নাংশ (Like fraction) : যিবোৰ ভগ্নাংশক হৰ একে সেইবিলাকক সদৃশ ভগ্নাংশ বোলা হয় ।
2 7 15
9 , 9 , 9
উদাহৰণ স্বৰূপে ---
আদি সৃশ ভগ্নাংশ। অদৃশ ভগ্নাংশ (Unlike fraction) : যিবোৰ ভগ্নাংশৰ হৰ একে নহয় সেইবিলাক ভগ্নাংশ অদৃশ্য ভগ্নাংশ।
উদাহৰণ স্বৰূপে ---
1 2 11
3 , 5 , 7
আদি অসদৃশ ভগ্নাংশ।
দশমিক (Decimals) : যিবোৰ ভগ্নাংশৰ হববোৰত 10, 100, 1000....আদি থাকে সেইবোৰ দশমিক
3 7 2
10 , 100 , 1000
ভগ্নাংশ। যেনে ---
আদি । এই ভগ্নাংশ বিলাকৰ হৰ নেপাতি লবত থকা সংখ্যাৰ বিশেষ স্থানত এটা বিন্দু (.) ব্যৱহাৰ কৰা হয় । এই বিন্দুক দশমিক বিন্দু বোলে ।
দশমিক ভগ্নাংশবোৰ উল্লেখ কৰি তলৰ স্থানীয় মান তালিকা এখনত দেখুওৱা হল-
হাজাৰ বা শতক দহক
1000 100 10
একক দশাংশ বা শতাংশ বা
1 1
1
10 100
দশমাংশ শতকাংশ
সহস্ৰাংশ সহস্ৰ
1
100
সহ স্ৰাংশ = এহিজাৰ ভাগৰ এভাগ
1
= = 0.1
10
সমাধান (Solution)
1. ৰংকৰা অংশ হল ---
2 3
(a) (b)
3 3
1
(c) (b) 2
3
Ans :- (a)
2.সাত ভাগৰ দুই ভাগ হল ---
7
(a) (b) 8
2
2 2
(c) (b)
7 9
Ans:- (c)
3. প্ৰকৃত ভগ্নাংশটো হল---
2 5
(a) (b)
5 4
10 11
(c) (b)
9 10
Ans:- (a)
4. প্ৰকৃত ভগ্নাংশটো হ'ল---
(a) ⅘ (b) ⅓
(d)⅞ (d) ⅗
Ans :- (a)
5. অপ্ৰকৃত ভগ্নাংশটো হ'ল---
5 1
(a) (b)
3 3
5 6
(c) (b)
4 3
Ans :- (a)
6. অপ্ৰকৃত ভগ্নাংশটো হ'ল--
24 250
(a) (b)
60 13
21 31
(c) (b)
50 50
7.মিশ্ৰ ভগ্নাংশ---
3 5
(a) 2 (b) 2
5 3
6 8
(c) 2 (b) 2
3 3
Ans :- (a)
8. মিশ্ৰ ভগ্নাংশটো হ'ল--
5 8
(a) 3 (b) 3
4 2
7 3
(c) 3 (b) 3
2 4
Ans :- (d)
9. তলৰ কোনটো একক ভগ্নাংশ---
1000 1
(a) (b)
4 1000
1000 1000
(c) (d)
1 2
Ans ;-(b)
10.
¹¹ ৰ মিশ্ৰ ভগ্নাংশ হ'ল---
³
(a) 3 ⁵ (b) 3 ²
² ³
(c) 3 ¹ (d) 3 ¹
³ ²
Ans :- (b)
11.
⁹ + ¹ ৰ যোগফল হ'ল ---
³ ³
(a) 4 (b) 3
(c) 1 (d) 0
Ans :- (c)
12.
⁴ + ² + ³ ৰ যোগফল হ'ল
¹⁵ ⁵ ¹⁰
(a) ⁴⁰ (b) ⁵⁸
⁵⁰ ⁶⁰
(c) ⁵⁶ (d) ⁶³
⁶⁰ ⁶⁰
Ans :- (b)
13.
18 1 ৰ যোগফল হ'ল---
15 15
(a) ¹³ (b) ¹⁰
¹⁵ ¹⁵
(c) ¹² (d) ⁹
¹⁵ ¹⁵
Ans :- (c)
14.
1 ৰ মান ----
5+2
(a) ¹ (b) ⁶
⁶ ⁶
(c) ¹ (d) ¹
⁷ ³
Ans :-(c)
15.
6 ÷ 7 ৰ মান ----
7 5
(a) ³⁰ (b) ⁹⁸
⁴⁹ ²⁹
(c) ⁴¹ (d) ³⁴
³⁴ ⁴¹
Ans :- (a)
16.
32-16×2+5
46-6×2 =?
(a) ⁸ (b) ⁵
¹⁹ ³⁴
(b) ¹¹ (d) ⁷
²¹ ³⁷
Ans :- (b)
17.
¹⁴⁸ ৰ লঘিষ্ঠ পদ ---
²⁴
(a) 6 ⁴ (b) 5 ⁶
²⁴ ²⁶
(c) 6 ⁵ (d) 8 ³
²⁴ ²⁴
Ans :- (a)
18.
⁴ , ¹¹ , ³ , ⁹ ৰ কোনটো ডাঙৰ
⁷ ¹³ ⁸ ¹⁶
(a) ¹¹ (b) ³
¹³ ⁸
(c) ⁹ (d) ⁵
¹⁷ ⁷
Ans :-(a)
19. তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু
³ , ⁷ , ⁵ , ⁹
⁵ ⁹ ⁸ ⁷
(a) ⁶ (b) ⁹
⁵ ⁶
(C) ³ (d) ⁸
⁵ ¹⁰
Ans :- (c)20. ⅔ৰ সমমান ভগ্নাংশ টো হ'ল
(a) ⁵ (b) ⁴
¹¹ ⁶
(c) ⁶ (d) ⁸
⁷ ¹⁰
Ans :- (b)
21.
⁵ ৰ মান হল--
¹⁰
(a) 0.06 (b)48
(c) 7 (d) 0.5
Ans :- (d)
22. 1.2 ৰ মানে হ'ল--
(a) ¹² (b) ¹⁰
¹⁰ ¹⁰⁰⁰
(c) ⁷ (d) এটাও নহয় ।
¹⁰⁰
Ans :- (a)
23. ⅘ ৰ দশমিক ৰূপ হ'ল---
(a) 0.9 (b) 0.5
(d) 0.8 (d) 9
Ans :-(d)
24. ¾ ৰ দশমিক ৰূপ হ'ল---
(a) 0.76 (b) 75
(c) 0.75 (d) 78
Ans :- (c)
25. 1/200 ৰ দশমিক ৰূপ হ'ল---
(a) 0.0005 (b) 500
(c) 0.005 (d) 0.06
Ans :- (c)
26. 1.237 - 0.9981 = ?
(a) 0.2499 (b) 0.2486
(c) 0.2389 (d) 0.2373
Ans :- (c)
27. 2.07 × 3.003 = ?
(a) 6.21621 (b) 1.249
(c) 0.3189 (d) 0.4458
Ans :- (a)
28. 6.8 + 21.9 = ?
(a) 28.3 (b) 27.5
(c) 23.7 (d) 28.7
Ans :- (d)
29. 2.39 - 1.98 = ?
(a) 1.34 (b) 2.88
(c) 0.41 (d)0.56
Ans :- (c)
HCF AND LCM OF NUMBERS (সংখ্যাৰ গঃ সাঃউঃ আৰু লঃ সাঃ গুঃ)
গঃ সাঃ উঃ (গৰিষ্ঠ সাধাৰণ উৎপাদক):
দুটা বা তাতকৈ বেছি প্ৰদত্ত সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ল সিহঁতৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক (Greatest common division) বোলে । যেনে ---20, 28 আৰু 36 ৰঃ সাঃ উঃ তলত দিয়া হল ----
2|20 2|28 2|88
2|10 2|14 2|18
5|5 4|7 3| 9
1 3| 8
1
28 = 2 × 2 × 7 × 1
36 = 2 × 2 × 3 × 3 × 1
এতেকে 20, 28 আৰু 36 ৰ সাধাৰন উৎপাদক হ'ল = 2 × 2 = 4
গঃ সাঃ উঃ উলিওৱাৰ পদ্ধতিঃ
(a) সাধাৰণ উৎপাদক পদ্ধতিঃ যিকেইটা সংখ্যাৰ গঃ সাঃ উঃ লাগে সেইকেইটাৰ প্ৰতিটোৰ সকলোবিলাক উৎপাদক প্ৰথমে উলিয়াই লৈ সেইবোৰ ঊৰ্ধক্ৰমত পাতি ল'ব লাগে । ইহঁতৰ উমৈহতীয়া উৎপাদক বিলাক বছি লৈ সেইবিলাকৰ আটাইতকৈ ডাঙৰটো ল'লেই সেইটোৱেই পথম সংখ্যাকেইটাৰ গঃ সাঃ উঃ ।
উদাহৰণঃ 24, 40 আৰু 64 ৰ গঃ সঃ উঃ।
সমাধানঃ প্ৰতিটো সংখ্যাৰ উৎপাদক বিলাক বাছি লৈ সেইবিলাকৰ আটাইতকৈ ডাঙৰটো ল'লেই সেইটোৱেই প্ৰথম সংখ্যাকেইটাৰ গঃ সাঃ উঃ ।
24 = 1 × 24
= 2 × 12
= 3 × 8
= 4 × 6
40 = 1 × 40
= 2 × 20
= 4 × 10
= 5 × 8
64 = 1 × 64
= 2 × 32
= 4 × 16
= 8 × 8
এতেকে 24 ৰ উৎপাদক বিলাক --- 1, 2, 3, 4 6, 8, 12, 24
40 ৰ উৎপাদক বিলাক--- 1, 2, 4, 5, 8, 10, 20, 40
64 ৰ উৎপাদক বিলাক--- 1, 2, 4, 8, 16, 32, 64
এতেকে উৎপাদক বিলাক--- 1, 2, 4, 8
এতেকে গঃ সাঃ উঃ = 8
(b)মৌলিক উৎপাদক পদ্ধতিঃ যিকেইটা সংখ্যাৰ গঃ সাঃ উঃ লাগে সেইকেইটাৰ মৌলিক উৎপাদকত প্ৰকাশ কৰি সেইকেইটাৰ মৌলিক উৎপাদকত প্ৰকাশ কৰি সেইকেইটাত থকা উমৈহতীয
মৌলিক উৎপাদকেইটাৰ পূৰণফল ল'লে, সেই পূৰণফলটোৱে উলিয়াব লগা গঃ সাঃ উঃ ।
উদাহৰণঃ 60, 150 আৰু 180 ৰ গঃ সাঃ উঃ ।
সমাধানঃ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পাওঁ যে
60 =2×2×3×5
150 =2×3×5×5
180 =2×2×3×3×5
এতেকে নিৰ্ণেয় গঃ সাঃ উঃ = 2×3×5=30
(c) চুটি নিয়ম পদ্ধতিৰেঃ এই পদ্ধতিত আটাইকেইটা সংখ্যা যিটো প্ৰকৃত সাধাৰণ উৎপাদকৰ দ্বাৰা বিভাজ্য সেইটোৰে হৰণ কৰিব লাগে । যেতিয়ালৈকে তিনিওটাকে প্ৰকৃত সাধাৰণ ভাজকেৰে হৰণ কৰি কৰিব পাৰি তেতিয়ালৈকে হৰণ কৰি থাকিব লাগে । অৱশেষত ভাজটোৰ পূৰণফলেই গঃ সাঃ উঃ হ'ব।
উদাহৰণঃ 32, 48 আৰু 64 ৰ গঃ সাঃ উঃ
সমাধানঃ
4|32. 48. 64<=প্ৰকৃত সাধাৰণ ভাজক=4
4|8. 12. 16<=প্ৰকৃত সাধাৰণ ভাজক=4
4|8. 12. 16<=প্ৰকৃত সাধাৰণ ভাজক=4
2, 3, 4<=প্ৰকৃত সাধাৰণ ভাজক নাই ।
লঃ সাঃ গুঃ (লঘিষ্ঠ সাধাৰণ গুণিতক )
উদাহৰণঃ দুটা বা ততোধিক প্ৰদত্ত সংখ্যাৰ লঘিষ্ঠ সাধাৰণ গুণিতক বুলিলে আমি সিহঁতৰ আটাইতকৈ সৰু সাধাৰণ গুণিতকটো বুজোঁ । যেনে ---12 আৰু 18 ৰ লঃ সাঃ গুঃ ।
সমাধানঃ
2|12. 18
3|6. 9
2, 3
এতেকে লঃ সাঃ গুঃ = 2×3×2×3
= 26
লঃ সাঃ গুঃ উলিওৱা পদ্ধতিঃ
(a) সাধাৰণ গুণিতক নিৰ্ণয়ৰ দ্বাৰাঃ সাধাৰণ গুণিতক পদ্ধতিৰে লঃ সাঃ গুঃ তলত দিয়া হ'ল ---
যেনে--- 3 আৰু 5
সমাধান 3=3, 6,9,12,15,18,21,24,27,30
5=5, 10,15,20,25,30 এতেকে 3 আৰু 5 ৰ লঃ সাঃ গুঃ = 15
(b) মৌলিক উৎপাদক পদ্ধতিঃ উদাহৰণ দিয়া হ'ল---
যেনে--- 36,96,108 ৰ লঃ সাঃ গুঃ
সমাধানঃ 36 = 2×2×3×3
96 =2×2×2×2×3
180=2×2×3×3
2|96
2|48 2|108
2|36 2|24 2|54
2|18 2|12 3|27
3|9 2|6 3|9
3 3 3
এতেকে নিৰ্ণেয় গঃ সাঃ গুঃ = 2×2×3×3×2×2×2×3=864
(c) লঃ সাঃ গুঃ পদ্ধতিৰে লঃ সাঃ গুঃ পদ্ধতিৰে উদাহৰণ দিয়া হ'ল ---
যেনে---120, 144, 96 ৰ লঃ সাঃ গুঃ
সমাধানঃ 120, 144, 96
নিৰ্ণেয় লঃ সাঃ গুঃ = 2×2×3×2×5×3×2
=1440
2 |120. 144. 96
2| 60. 72. 48
3| 15. 18. 12
2| 5. 6. 4
5, 3, 2
মনত ৰাখিবলগিয়াঃ
দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লঃ সাঃ গুঃ সিহঁতৰ পুৰন ফলৰ সমান । যেনে --- 7 আৰু 10 ৰ লঃ সাঃ গুঃ = 7×10 =70
দুটা সংখ্যাৰ পূৰণফল =গঃ সাঃ গুঃ
এতেকে গঃ সাঃ গুঃ
দুটা সংখ্যাৰ পূৰণফল
= গঃ সাঃ গুঃ
এতেকে গঃ সাঃ গুঃ
দুটা সংখ্যাৰ পূৰণফল
= গঃ সাঃ গুঃ
সমাধান Solution
1. সকলো সংখ্যাৰ সাধাৰণ উৎপাদক
(a) 4 (b) 1
(c) 6 (d) 2
Ans :- (b)
2. সকলো সংখ্যাৰ সাধাৰণ গুণিতক
(a) 2 (b) 4
(c) 1 (d) 0
Ans :- (d)
3. 624, 936 আৰু 264 ৰ গঃ সাঃ উঃ হ'ল ---
(a) 24 (b) 22
(c) 27 (d) 33
Ans :- (a)
4. 18 আৰু 48 ৰ গঃ সাঃ উঃ হ'ল---
(a)5 (b) 9
(c) 6 (d) 13
Ans :- (c)
5. 30 আৰু 42 ৰ গঃ সাঃ উঃ হ'ল---
(a) 8 (b) 7
(c) 4 (d) 6
Ans :- (d)
6. 70, 105 আৰু 175 ৰ গঃ সাঃ উঃ ---
(a) 35 (b) 37
(c) 39 (d) 31
Ans :- (a)
7. 91, 112, 49 ৰ গঃ সাঃ উঃ --
(a) 8 (b) 4
(c) 10 (d) 7
Ans (d)
8. 12, 45, 75 ৰ গঃ সাঃ উঃ হ'ল---
(a) 5 (b) 6
(c) 3 (d) 8
Ans :- (c)
9. দুটা ক্ৰমিক সংখ্যাৰ গঃ সাঃ উঃ--
(a) 2 (b) 1
(c) 5 (d) 0
Ans :- (b)
10. দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গঃ সাঃ উঃ--
(a) 0 (b) 4
(c) 1 (d) 2
Ans :- (d)
11. দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গঃ সাঃ উঃ---
(a) 1 (b) 0
(c) 2 (d) 3
Ans :- (a)
12. 40, 36, আৰু 126 লঃ সাঃ গুঃ হ'ল--
(a) 2508 (b) 2520
(c) 2529 (d) 2535
Ans :- (b)
13. 60, 120 আৰু 210 ৰ লঃ সাঃ গুঃ হ'ল---
(a) 1400 (b) 1200
(c) 1100 (d) 1000
Ans (d)
14. 2, 3, 7, ৰ লঃ সাঃ গুঃ হ'ল---
(a) 43 (b) 42
(c) 41 (d) 45
Ans :- (b)
15. 36, 45 আৰু 60 ৰ লঃ সাঃ গুঃ হ'ল-
(a) 180 (b) 183
(c) 189 (d) 185
Ans :- (a)
16. 10, 126, 189 আৰু 315 ৰ লঃ সাঃ গুঃ ---
(a) 1890 (b) 1800
(c) 189 (d)1895
Ans :- (a)
17. 144, 180, আৰু 384 ৰ লঃ সাঃ গুঃ-
(a) 5789 (b) 5760
(c) 5760 (d) 5756
Ans :- (c)
18. 8, 24 আৰু 36 ৰ লঃ সাঃ গুঃ হ'ল---
(a) 71 (b) 72
(c) 73 (d) 74
Ans :- (b)
19. 20, 25, আৰু 30 ৰ লঃ সাঃ গুঃ---
(a) 202 (b) 301
(c) 300 (d) 305
Ans :- (c)
20. 122, 140, 168 ৰ লঃ সাঃ গুঃ ---
(a) 1610 (b) 1650
(c) 1680 (d) 1670
Ans :- (c)
21. ৰে পূৰণ কৰিলে পূৰণফল পোৱ যাব 1500 আৰু তাৰ গঃ সাঃ উঃ 10 হ'লে তা লঃ সাঃ গুঃ কিমান হ'ব---
(a) 1501 (b) 1500
(c) 150 (d) 160
Ans :- (c)
22. আটাইতকৈ কি সংখ্যাক 35, 40 আৰু 1050ৰে হৰণ কৰিলে প্ৰত্যেকতে ভাগশেষ 6 থাকিব ?
(a) 864 (b) 860
(c) 846 (d) 867
Ans :- (c)
23. দুটা সংখ্যাৰ গঃ সাঃ উঃ আৰু লঃ সাঃ উঃ ক্ৰমে 4 আৰু 60 । যদি এটা সংখ্যা 20, আনটো সংখ্যা কিমান?
(a) 17 (b) 14
(c) 12 (d) 11
Ans :- (c)
24. পাঁচটা অংক যুক্ত কি বৃহত্তম সংখ্যাক 16, 24, 30 আৰু 36 ৰে ভাগ কৰিলে প্ৰতি ক্ষেত্রত 10 ভাগশেষ থাকিব।
(a) 99370 (b) 99271
(c) 99260 (d) 99378
Ans :- (a)
25. ছয়টা অংক যুক্ত আটাইতকৈ ডাঙৰ সংখ্যা টো হ'ল, যিটো 24, 15, আৰু 36 ৰে বিভাজ্য
(a) 999260 (b) 999720
(c)999670 (d) 999378
Ans :- (b)
26. 18, 24 আৰু 32 ৰে বিভাজ্য হোৱা 4 অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল---
(a) 1152 (b) 1126
(c) 1124 (d) 1127
Ans :- (a)
27. ৰেণুৱে 75 আৰু kg 69 kg ওজনৰ দুটা সাৰৰ মোনা কিনিছে । গতিকে পূৰ্ণ সংখ্যক বাৰত জুখিব পৰা সৰ্বোচ্চ ওজনৰ মান হ'ল---
(a) 5 kg (b) 1 kg
(c) 3 kg (d) 2 kg
Ans :- (b)
28. আটাইতকৈ সৰু সংখ্যাটো হ'ল যিটোক 12, 16, 24 আৰু 36 ৰে হৰণ কৰিলে প্ৰত্যেক ক্ষেত্রত ভাগশেষ 7 হয় ।
(a) 124 (b) 134
(c) 144 (d) 154
Ans :- (c)
29. আটাইতকৈ সৰু সংখ্যাটো হ'ল যিটোক 6, 15 আৰু 18 ৰে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰত 5 বাকী থাকে ।
(a) 89 (b) 95
(c) 56 (d) 71
Ans :- (b)
30. 8, 10 আৰু 12 সম্পূৰ্ণ ৰূপে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ 3 অংক বিশিষ্ট সংখ্যা টো হ'ল ---
(a) 963 (b) 961
(c) 960 (d) 976
Ans :- (c)
ADRE QUESTION ANSWER
CLASS 11 QUESTION ANSWER
CLASS 10 QUESTION ANSWER