Assamese Question Answer lesson 11 class x । পাঠ 11 অসমীয়া শ্ৰেণী দশম মান

গোট 11      (ক) মুক্তিমংগল ভটিমা
( কালিয় দমন নাটৰ পৰা )
-শ্ৰীমন্ত শঙ্কৰদেৱে
পাঠ ভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন 1/চমুকৈ উত্তৰ দিয়া :
(ক)দৈৱকী উওৰে উদয যোহি দবা __ইয়াত 'যোহি দিয়া কাক কুবা হৈছে   ?
উত্তৰ :- শ্ৰীকৃষ্ণক ।
খ)কংসক ধবংসল প্ৰাণ '___কংসৰ প্ৰাণ কোনে ধবংস কৰিলে   ?
উত্তৰ :- শ্ৰীকৃষ্ণই ।
গ)শংখচূডক কোনে বধ কৰিছিল   ?
উওৰ :-  শ্ৰীকৃষ্ণই ।
ঘ)শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম কি  ?
উওৰ :-  শ্ৰীৰামচন্দ্ৰ ।
ঙ)দেউতাৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলিচে  ?
উওৰ :- মাধব আৰু শ্ৰীকৃষ্ণক ।
চ)ভটিমা টি কোনখন নাটৰ অন্তৰ্ভুক্ত  ?
উওৰ :-  কালিয়দমন নাটৰ পৰা ।
ছ)মুক্তি মংগল ভটিমা কোনে পাঠ কৰে  ?
উওৰ :- সূএধাৰ আৰু সহযোগীসকলে ।
প্ৰশ্ন 2/ভটিমা টিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধ কৰা অসুৰ কেইটাৰ নাম লিখা  ?
উত্তৰ :-  ভটিমাটিত উল্লেখ কৰা অনুসৰি কৃষ্ণই অঘ ,বক ,ধেনুক , কেশী , কংস , অৰিচট , মুচটিক , শংখচূড আদি বিভিন্ন অসুৰ বধ কৰিছিল । শংকৰদেৱৰ ভাষাত
    
     অঘ-বক ধেনুক                কেশী ধবংশক
                   কংসক ধবংসল প্ৰাণ ।'
    দুচট অৰিচটক                  মুচটিক মোডল
                    শংখচূড লেল প্ৰাণ ।'ইত্যাদি

প্ৰশ্ন 3/তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ।
ত্ৰাণ ?সৰদ , চন্দ্ৰ, মুকুতি ,কাহিনী, প্ৰাণ ,সাগৰ ।

উত্তৰ :- ত্ৰাণ ------- পৰী ত্ৰাণ
           শৰদ -------শদিয়
            চন্দ্ৰ --------চন্দ্ৰমা
         মুকুতি --------মুক্তি
         কাহিনী --------নাৰী, ইচতিৰি
           প্ৰাণ ---------জীৱন
         সাগৰ ---------সমুদ্ৰ
           নাব ---------নাও,নৌকা ।
প্ৰশ্ন 6/ তলত দিয়া  শব্দবোৰৰ আধুনিক ৰূপ লিখা  ।

কয়লি , সোহি,  যোহি, যাকেৰি , ভেলহ ।

উওৰ :- কয়লি ----কৰিলে         
             সোহি -----সেই
             যোহি ------যেই
              যাকেৰি------সাৰ
             ভেলহ -------হল।
                 (  অতিৰিক্ত প্ৰশ্নোত্তৰ )
-------------------------------------------------------------
প্ৰশ্নৰ উওৰ লিখা ----
প্ৰশ্ন 1/শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল  ?
উত্তৰ :- 1449 চনত ।
প্ৰশ্ন2/শংকৰদেৱৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠ কীৰ্ত্তি কী  ?
উওৰ :- কীৰ্তন - ঘোষ ।
প্ৰশ্ন 3/মুক্তিমংগল ভটিমা পাঠটো কৰ পৰা লোৱা হৈছে  ?
উওৰ :- শংকৰদেৱৰ কালীয় দমন নাটৰ পৰা  ।
প্ৰশ্ন 4/শংকৰদেৱৰ নাটকৰ খংখ্যা কিমান  ?
উওৰ :- 6 খন ।
প্ৰশ্ন 5/শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল?
উওৰ :- 34 টা  ।
প্ৰশ্ন 6/ শংকৰদেৱৰ সংস্কৃত ভাষাত সংকলিত গ্ৰন্থ খনৰ নাম লিখা  ?
  উত্তৰ :- ভক্তি -ৰত্নাকৰ ।
প্ৰশ্ন 7/ শংকৰদেৱে ৰামায়ণ কোনটো কাণ্ড ৰচনা কৰিছিল  ?
উত্তৰ :-  উত্তৰাকাণ্ড ।
প্ৰশ্ন 8/ শংকৰদেৱৰ দুখন কাব্যৰ নাম লিখা  ?
উত্তৰ :- ৰুক্মিণীহৰন কাব্য  আৰু বলিচৰন ।
প্ৰশ্ন 9/ ভটিমা কেই প্ৰকাৰৰ আৰু কি কি  ?
উত্তৰ :- চাৰি প্ৰকাৰৰ : 1,দেব 2,ৰাজ 3,গুৰু 4,নাট ভটিমা  ।
10 /শংকৰদেৱৰ মাতৃৰ নাম কি  ?
উওৰ :- খেৰসুতী ।
প্ৰশ্ন 11/ শংকৰদেৱে টোলত কি  কি অধ্যয়ন কৰিছিল  ?
উওৰ :- শংকৰদেৱে চাৰিবেদ , চৈধ্য শাাস্ত্ৰ আৰু ওঠৰ পুৰাণ অধ্যয়ন কৰি পাণ্ডিত্যৰ পৰিচয় দিছিল ।

এনেধৰণৰ আৰু প্ৰশ্ন উত্তৰ ছাবৰ বাবে তলত দিয়া লিংক সমুহ নিৰ্ধাৰণ কৰক । আমাৰ প্ৰশ্ন উত্তৰ সমূহ পঢ়ি কেনে ধৰণৰ অনুভৱ পাইছে কমেন্ট কৰি জনাব 
CLASS 1O ASSAMESE QUESTION ANSWER 
  ৬ • উদ্যোগী হওঁ আহাঁ পাঠৰ প্ৰশ্মোত্তৰ🔎 
 Group B-বৈকল্পিক
  পদ্যাংশ  
  গদ্যাংশ  
CLASS 1O GRAMMAR ANSWER 
     • মুক্তিমংগল ভটিমা 'ৰ প্ৰশ্ন উত্তৰ
CLASS 11 ASSAMESE QUESTION ANSWER 
 ADRE Questions Answers 

Post a Comment

3 Comments